বাস্তৱিক কাহিনীৰ আধাৰত সমাজ পৰিৱৰ্তনৰ মানসেৰে আহি আছে মিচিং ছবি ঐছেং ২

2025-01-22 1

২০১৬ বৰ্ষত মুক্তি লাভ কৰা ঐছেং ছবিখনৰ প্ৰচুৰ জনপ্ৰিয়তাৰ পাছত এতিয়া নিৰ্মাতাই দ্বিতীয় অংশ লৈ আহিছে দৰ্শকৰ ওচৰলৈ ৷