মহাকুম্ভত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ কেইবাজনো

2025-01-20 0

মহাকুম্ভৰ ছয় নম্বৰ ছেক্টৰত অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জ্বলি যায় কেইবাটাও তম্বু, আহত কেইবাজনো । ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷

Videos similaires