সমগ্ৰ অসমৰ লগতে গুৱাহাটীবাসী ৰাইজেউ মকৰ সংক্ৰান্তীৰ দিনা পুৱাতে পূজাপাঠ কৰাৰ পাছত ভেলাঘৰ বা মেজি জলোৱা পৰমপৰা পালন কৰে।