Intro:কামৰূপৰ আমিনগাওঁত STF দ্বাৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।Body:*SLUG= AMINGAON 10 CR DRUG SEIZED BY STF*ভোগালী বিহুৰ সময়তে আমিনগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ । STF ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলা অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ।মণিপুৰৰ পৰা নামনি অসমলৈ সৰবৰাহ কৰাৰ সময়তে আজি পুৱাৰ ভাগত জব্দ কৰে নিচাজাতীয় দ্ৰব্যখিনি।গোপন সুত্ৰৰ ভিত্তিত AS 11 N 3141 নম্বৰৰ ষ্কৰ্পিঅ বাহনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰে ৯৪টা পেকেটত ১.১২৮ কেজি ড্ৰাগছ । জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা । আৰক্ষীয়ে অভিযানত ড্ৰাগছ সৰবৰাহকাৰী হাজোৰ নজৰুল হুছেইন আৰু গোৰেশ্বৰৰ বিতুল আলী আটক কৰিছে ।Conclusion:nizamuddin Ahmed