গান গাই ভালপোৱা শিল্পীগৰাকীয়ে গানৰ মাজতে বিদায় ল’লে এই পৃথিৱীৰ পৰা । তিনিচুকীয়াত বিভিন্ন দল-সংগঠন, শুভাকাংক্ষীৰ অন্তিম শ্ৰদ্ধা ।