আজি মাঘ বিহুৰ উৰুকা । মাছে-মঙহে এসাঁজ উদৰ পূৰাই খোৱাৰ পৰম্পৰা এই ভোগালী বিহুত । তাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত উভৈনদী হৈ পৰিছে বিভিন্ন ওজনৰ বিধে বিধে মাছ ।