যোৰহাট বৰহোলাৰ অ' এন জি চিৰ জি জি এছত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । এজনৰ কৰুণ মৃত্যু । অগ্নি নিৰ্বাপণৰ প্ৰচেষ্টা অব্যাহত ।