এতিয়াও উমৰাংছ’ৰ কয়লাখনিত ৯ জন শ্ৰমিক আবদ্ধ । এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ তিনিবাৰকৈ শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ চেষ্টা ব্যৰ্থ ৷