বাইকেৰে অহা যুৱকে যুৱতীগৰাকীক দুৰ্ব্যৱহাৰ কৰি তীব্ৰগতিত পলায়ন কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ সমীপৰ লংকেশ্বৰত সংঘটিত হৈছে এই নিৰ্যাতনৰ ঘটনা