VIDEO: গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ড

2019-06-02 1,750

গুৱাহাটী ক্লাবস্থিত আৰ্টফেডত লাগে জুই। অগ্নিকাণ্ডত পৰিচালন সঞ্চালকৰ কাৰ্যালয় ভস্মীভূত। জুইত জাহ গ’ল আৰ্টফেডৰ গাণনিক বিভাগো।