‘অভিযোগ দাখিলতে শেষ নহয়, জনমত গঠন কৰিম, প্ৰয়োজনত PILও দাখিল কৰিম আদালতত।’– EVM ব্যৱস্থাৰ বিসংগতিৰ অভিযোগ উপমন্যু হাজৰিকাৰ।