সংগীত জগতৰ পৰা সন্ন্যাস ল'ব জুবিনে। জংঘলৰ পৰা আৰু কোনোদিনে উভতি নাহে জুবিন। বাক্সা জিলাৰ জালাহৰ সংগীতানুষ্ঠানত এই ঘোষণা কৰে জুবিনে।