সমাগত বাৰিষা, শংকিত নৈপৰীয়া। কাৰণ চৰকাৰ তথা বিয়াগোম বিভাগৰ হেমাহিৰ বাবে এইবেলি নিৰ্মাণ নহ’ল বহু মথাউৰি।