পুনৰ কাৰ্যক্ষম হ’ব কাগজ কল

2019-05-07 446

পুনৰ কাৰ্যক্ষম হ'ব জাগীৰোড আৰু কাছাৰ কাগজ কল। আনহাতে অসম চৰকাৰৰ সদিচ্ছাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে কাগজ কলৰ কৰ্মচাৰীসকলে।