মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰাণসী সংসদীয় সমষ্টিৰ বাবে ৰিটাৰ্ণিং বিষয়াৰ হাতত প্ৰধানমন্ত্ৰীগৰাকীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ।